road accident
road accident  road accident
শিলচৰ

কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ গ'ল মহিলাৰ...

Asomiya Pratidin
  • কাছাৰৰ টুপখানাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বাইক আৰু মাৰুতি ভেনৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা।

  • বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত মহিলাগৰাকী।

  • বাইক চালকসহ বাহনখনৰ ৪জন যাত্রী আহত।

  • আহতসকলক উন্নত চিকিৎসাৰ বাবে SMCHলৈ প্রেৰণ।