শিলচৰতো কিছু সময় পাছত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।সাজু কৰি তোলা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহ।ৰাধামাধৱ বালিকা বিদ্যালয়ৰ ২০০ নং ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো যাৱতীয় কাম-কাজ সম্পূৰ্ণ।আৰু কিছু সময় পাছতেই আৰম্ভ হ'ব ভোটগ্ৰহণ পৰ্ব।