চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।ৰে'ল ষ্টেচনৰ সমীপত নিশা উদ্ধাৰ মৃতদেহটো।মৃত যুৱকজনৰ নাম ত্ৰিশাংকু লাহন।দুৰ্বৃত্তই হত্যা কৰি নিশা যুৱকজনক পেলাই থৈ যোৱাৰ সন্দেহ একাংশ লোকৰ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।