অসম

সিদলসতীত প্ৰশাসনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী বানাক্ৰান্তৰ…

asomiyapratidin
  • সিদলসতীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বানাক্ৰান্তৰ।
  • বিগত ৫ দিন ধৰি বানৰ কৱলত চেঁচাপানী আৰু বালাজানী গাঁও।
  • প্ৰশাসনে এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়া আৰু সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ বানাক্ৰান্তৰ।
  • আই নৈৰ সংহাৰী বানে ক্ষতিগ্ৰস্ত কৰিছে সিদলসতীৰ বিভিন্ন অঞ্চল।
  • ধাৰাসাৰ বৰষুণকো নেওচি পথ অৱৰোধ কৰে ক্ষুদ্ধ ৰাইজে।