ছৈখোৱা কাণ্ডক লৈ তিনিচুকীয়া বন্ধ ঘোষণা।বঙালী ষ্টুডেন্ট ফেডাৰেশ্যনে দিছে বন্ধৰ আহ্বান।১২ ঘণ্টীয়া তিনিচুকীয়া বন্ধৰ বঙালী ষ্টুডেন্ট ফেডাৰেশ্যনৰ।বন্ধ আছে দোকান-পোহাৰ আৰু যান-বাহনৰ চলাচল।ৰাস্তাত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত সমৰ্থকৰ।