অসম

ৰেডিছন ব্লুৰ সন্মুখৰ পৰা শিৱসেনাৰ সমৰ্থকক আটক

asomiyapratidin
  • ৰেডিছন ব্লুৰ সন্মুখৰ পৰা শিৱসেনাৰ সমৰ্থকক আটক।
  • মণিপুৰৰ পৰা অহা শিৱসেনাৰ লোকক আটক।
  • 'শিৱসেনা দুভাগ হ'ব নালাগে, একেলগে আগবাঢ়িব লাগে'।
  • এই দাবী আটকাধীন শিৱসেনাৰ লোককেইজনৰ।
  • উল্লেখ্য যে, কেইবাদিন ধৰি একনাথ সিন্ধেৰ নেতৃত্বত কেইবাগৰাকী বিধায়কে বাহৰ পাতিছে গুৱাহাটীত।
  • একনাথ সিন্ধেৰ নেতৃত্বত নতুন দল খোলাৰ কুচ কাৱাজ।