শেৱালী দেৱী শৰ্মাৰ জামিন আৱেদন নাকচ...
শেৱালী দেৱী শৰ্মাৰ জামিন আৱেদন নাকচ... 
অসম

শেৱালী দেৱী শৰ্মাৰ জামিন আৱেদন নাকচ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এছ চি ই আৰ টি কেলেংকাৰীৰে জড়িত হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আৱদ্ধ হৈ থকা আই এ এছ বিষয়া শেৱীলা দেৱীৰ জামিন নাকচ। নিজৰ ঠিকাদাৰ জোঁৱায়েকৰ সৈতে মিলি এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰা শেৱালী দেৱী শৰ্মাই বিশেষ ন্যায়াধীশ আদালতত জামিন আৱেদন কৰিছিল যদিও সেয়া নাকচ কৰিছে।

উল্লেখ্য এই একেটা গোচৰতে জড়িত হৈ জে'ললৈ গৈছিল কেইবাজনো সাংবাদিক, সংগঠনৰ নেতাসহ চৰকাৰী বিষয়া কৰ্মাচাৰী। ইয়াৰে কেইবাজনেও ইতিমধ্যে জামিন লাভ কৰিছে।