- হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল নাৰায়ণপুৰৰ ছাত্ৰীৰ।
- শৰ্মিষ্ঠা ভাগৱতীয়ে লাভ কৰিলে এই সফলতা।
- নাৰায়ণপুৰৰ পিঠাগুৰিৰ গাঁৱৰ বাসিন্দা শৰ্মিষ্ঠা ভাগৱতী।
- জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী শৰ্মিষ্ঠা।
- বিদ্যালয়খনৰ অধ্যক্ষ হৰি ভাগৱতী আৰু অনুপমা গোস্বামীৰ কন্যা শৰ্মিষ্ঠা।