অসম

মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা

Asomiya Pratidin
  • মহানগৰীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

  • দুৰ্ঘটনাত পতিত এখন ইক’ স্প’ৰ্টছ বাহন

  • বাহনখনে নিয়ন্ত্রণ হেৰুৱাই প্রচণ্ড জোৰেৰে খুন্দা মাৰে ডিভাইডাৰত

  • জু-ৰোডৰ পৰা দিছপুৰ অভিমুখে আহি আছিল বাহনখন

  • দুৰ্ঘটনা সংঘটিত কৰি গাড়ী এৰি পলায়ন চালকৰ

  • দিছপুৰ আৰক্ষীয়ে জব্দ কৰে বাহনখন