অসম

ছেমিফাইনেলত যমুনা বড়ো, বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যাৰ অপ্ৰতিৰোধ্য যাত্ৰা…

asomiyapratidin

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা যমুনা বড়োৰ অপ্ৰতিৰোধ্য যাত্ৰা।

ইতিহাস সৃষ্টি কৰি বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰবেশ।

আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলতে জয়লাভ কৰিছিল যমুনা বড়োয়ে।

প্ৰথমবাৰলৈ এই টুৰ্নামেন্টত অংশ লৈছে যমুনাই।

প্ৰথমখন খেলতে ৫৪ কিঃগ্ৰাঃ শাখাত মংগোলিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ত পৰাজিত কৰিছিল বক্সাৰ যুমনা বড়োয়ে।