বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি । কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা । সমাজিক দুৰত্ব,মাস্ক পিন্ধা বাধ্যতামূলক কৰিলে জিলা প্ৰশাসনে । মঙলবাৰে শিৱসাগৰ জিলাত জাৰি কৰা হৈছিল ১৪৪ ধাৰা ।দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন ।