- সত্যেন্দ্ৰ নাথ কলিতাক আসাম ইলেক্ট্ৰিচিটী ৰেগুলেটৰী কমিছনৰ কাৰিকৰী সদস্য নিযুক্তি।
- মাল্টি মেম্বাৰৰ কাৰিকৰী সদস্য হ'ব সত্যেন্দ্ৰ নাথ কলিতা।
- এইজিচিএলৰ পৰিচালন সঞ্চালক আছিল কলিতা।
- ইলেক্ট্ৰিচিটী এক্ট, ২০০৩ৰ ৮২ (৫) ধাৰাৰ অধীনত অসম চৰকাৰে তেওঁক নিযুক্তি দিছে।
- ৫ বছৰৰ কাৰণে নিযুক্তি দিয়া হৈছে সত্যেন্দ্ৰ নাথ কলিতাক।