অসম

অৱশেষত গ্ৰেপ্তাৰ হ’ল যোগ নিৰীক্ষক সতীনাথ বাৰাল

asomiyapratidin
  • অৱশেষত গ্ৰেপ্তাৰ হ'ল যোগ নিৰীক্ষক সতীনাথ বাৰাল।
  • দৰং আৰক্ষীয়ে কলকতাত গ্ৰেপ্তাৰ কৰিলে যোগ নিৰীক্ষণ সতীনাথ বাৰালক।
  • ৰাজ্যজুৰি বাৰলক গ্ৰেপ্তাৰৰ বাবে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ।
  • শংকৰদেৱ আৰু নামষোষা সন্দৰ্ভত দৰঙৰ ভেৰুৱাত কৰিছিল বিৰূপ মন্তব্য।
  • সবিশেষ বাতৰিৰ বাবে চাই থাকক www.asomiyapratidin.in