সাতগাঁও আৰক্ষী থানাত কোৰোনাৰ আতংকসাতগাঁও আৰক্ষী থানাৰ ১২জন লোক কোৰোনা পজিটিভথানাখনত আছে মুঠ ৩০জন আৰক্ষীৰ লোকসম্প্রতি থানাখন ঘোষণা কৰা নাই কণ্টেইনমেণ্ট জ'নশংকিত হৈ আছে থানাখনৰ কৰ্মৰত আন আৰক্ষীৰ লগতে স্থানীয় ৰাইজ