সৰুপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰে'ল অৱৰোধ।চুতীয়া ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যসূচী। প্ৰতিবাদৰ ফলত আবদ্ধ উজনিমুৱা অৱধ অসম এক্সপ্ৰেছ। প্ৰায় ৩০ গৰাকী প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।