অসম

সৰুপথাৰত সদৌ অসম আন্তঃ জিলা বডি বিল্ডিং প্ৰতিযোগিতা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত পুৰুষ আৰু মহিলাৰ ৪৭ সংখ্যক সদৌ অসম আন্তঃজিলা বডি বিল্ডিং প্ৰতিযোগিতা সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

সদৌ অসম বডি বিল্ডিং এণ্ড ফিটনেচ সংস্হাৰ উদ্যোগত, ধনশিৰি জিলা শৰীৰৰ কলা সংস্হা আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশ গ্ৰহণৰ বাবে ৰাজ্যখনৰ ২১ খন জিলাৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাতে 'মিঃ আসাম' আৰু 'মিচ আসাম'ৰ খিতাপ প্ৰদান কৰা হ'ব। নিশাৰ ভাগলৈ ঘোষণা কৰা হ'ব ফলাফল।