- আজি বৰাকত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- ৰাতাবাৰীত সম্বোধন কৰিব প্ৰথমখন জনসভা।
- ৰাতাবাৰীৰ পিছত কাটিগড়াতো সম্বোধিব জনসভা।
- সোণাই সমষ্টিতো প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সোণোৱালে।
- নিত্যগোপাল হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব নিৰ্বাচনী সভা।
- সোণাইৰ পৰা উপস্থিত হ'বগৈ ধলাইত।
- ধলাইত বিজেপি প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান।