অসম

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ননী গোপাল মহন্তৰ গ্ৰন্থ উন্মোচনঃ উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰএছএছ প্ৰমুখ মোহন ভাগৱত…

asomiyapratidin
  • শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত বিশেষ অনুষ্ঠান।
  • অনুষ্ঠানত অংশগ্রহণ আৰএছএছ প্রমুখ মোহন ভাগৱতৰ।
  • অনুষ্ঠানটিত উপস্থিত আছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ননী গোপাল মহন্তৰ গ্রন্থ উন্মোচন।
  • 'Citizenship Debate Over NRC & CAA' শীৰ্ষক গ্রন্থখন উন্মোচন কৰা হয়।
  • 'কা' আমি কিয় মানিম বা কিয় নামানিম এই সন্দৰ্ভত মোৰ তথ্য সমৃদ্ধ যুক্তি দিবলৈ চেষ্টা কৰা হৈছে গ্ৰন্থখনত।
  • হয়তো মোৰ যুক্তিৰ সৈতে সহমত নহ'বও পাৰে ভিন্ন জন বুলি মন্তব্য কৰে ননীগোপাল মহন্তই
  • অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়-
  • 'অসমৰ বৌদ্ধিক মহল বামপন্থীৰ দ্বাৰা ডমিনেটেড।'
  • 'আমাৰ বাবে এখন ভাল গ্রন্থ লিখিছে ননী গোপাল মহন্তই'
  • 'দিল্লী আৰু অসমত 'কা'ক লৈ কৰা প্রতিবাদৰ পাৰ্থক্য আছে'
  • 'ধুবুৰীত কোন জনপ্রিয় তাক লৈ বামপন্থীয়ে বিচাৰ কৰিছে'
  • 'কিন্তু যোৰহাটত কোন জনপ্রিয় তাক কিন্তু বিচাৰ কৰা নাই'
  • 'আমি জনসংখ্যা নিয়ন্ত্রণৰ কথা ক'লে আমি সাম্প্রদায়িক'
  • 'অসমৰ প্রেক্ষাপটত এইবোৰ ভাবুকি ৰিয়েল'
  • 'মহাবাহু, কামাখ্যা মন্দিৰ তেওঁলোকৰ বাবে উপাস্য নহয়'