শনিবাৰে শপতগ্ৰহণ কৰিলে সোণোৱাল মন্ত্ৰীসভাৰ ২ নতুন মন্ত্ৰীয়ে।তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু মাহমৰাৰ বিধায়ক যোগেন মহনে মন্ত্ৰী হিচাপে ল'লে শপত।সঞ্জয় কিষাণৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰূপে শপতগ্ৰহণ।কেনেদৰে তেওঁ শপতগ্ৰহণ কৰিলে চাওঁক ভিডিঅ'-