- হাজোৰ সনাতন ডেকা হত্যাকাণ্ডত জড়িতৰ অপৰাধত আন এজনক গ্ৰেপ্তাৰ।
- গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম খবিৰউদ্দিন আহমেদ।
- তেওঁ হত্যাকাণ্ডৰ পাছৰে পৰা পলাতক হৈ আছিল।
- মুকালমুৱাৰ কৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হয় খবিৰউদ্দিন আহমেদক।
- তেওঁক হাজো আৰক্ষীয়ে বাছ আস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে।
- ইয়াৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩ জন লোকক।