আছুৰ পৰা অৱসৰ নোলোৱাৰ সিদ্ধান্ত ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ।প্ৰতিনিধিৰ দাবীত সাময়িকভাৱে এই সিদ্ধান্ত স্থগিত ৰাখিছে ভট্টাচাৰ্যই।শেষ নিশ্বাস ত্যাগ কৰালৈকে আছুৰ কাম-কাজ কৰি যাব বুলি অধিবেশনত জনাই তেওঁ।