চামগুৰিৰ আমনিত দুৰ্ঘটনাত নিহত দুজন।ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল দুই বাইক আৰোহীৰ।নিহত দুজন ৰাজেশ দেৱনাথ আৰু শিল্পী দেৱনাথ।আমনিৰ পৰা নগাঁৱলৈ আহি আছিল দুয়োজন বাইক আৰোহী।