অসম

চামগুৰিৰ ভৰাগুৰিত পানীত পৰি এগৰাকী বৃদ্ধাৰ সলিল সমাধি…

asomiyapratidin
  • চামগুৰিৰ ভৰাগুৰিত দ্বিতীয়টো শোকাৱহ ঘটনা।
  • বাৰীৰ পিছফালৰ পুখুৰীত সলিল সমাধি এগৰাকী বৃদ্ধাৰ।
  • মৃত বৃদ্ধা গৰাকী গহীতি চাংমাই বুলি চিনাক্ত।
  • পুৱাৰে পৰা সন্ধানহীন হৈ আছিল বৃদ্ধা গৰাকী।
  • মৃত্যুৰ কাৰণ বৰ্তমানৰলৈকে স্পষ্ট নহয়।
  • চামগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ।