- মৃত্যুৰ ওচৰত হাৰ মানিলে ছাই বিকাশৰ ছাত্রীয়েক।
- তৃতীয় মহলাৰ পৰা পৰিছিল ছাত্রীগৰাকী।
- ছাই বিকাশ কোচিং চেণ্টাৰত সংঘটিত হৈছিল এই ঘটনা।
- মৃত ছাত্রীগৰাকীৰ ঘৰ তেজপুৰত।
- আয়ুৰসন্দ্রা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু।
- ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল ছাই বিকাশ কৰ্তৃপক্ষই।