অসম

এছ আই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জিত কৃষ্ণৰ আত্মসমৰ্পণ…

asomiyapratidin
  • এছ আই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জিত কৃষ্ণৰ আত্মসমৰ্পণ।
  • ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পণ কৰিলে সঞ্জিত কৃ্ষ্ণই।
  • সঞ্জিত কৃষ্ণ যোৱা ৩৬ ঘন্টা ধৰি অন্তৰ্ধান হৈ আছিল।
  • তাৰপাছত বৃহস্পতিবাৰে পুৱা হঠাৎ ডিজিপি কাৰ্যালয়ত উপস্থিত হয় তেওঁ।
  • ম'বাইলো ছুইচ অফ কৰি থৈছিল সঞ্জিত কৃষ্ণই।
  • বুধবাৰে নিশা কুমাৰ সঞ্জিত কৃষ্ণৰ উলুবাৰীস্থিত বাসগৃহত অভিযান চলোৱা হৈছিল।