অসম

ৰূপহীহাটৰ নিহত ৬জনৰ মৃতদেহ নগাঁৱৰ চিকিৎসালয়ত, চাওঁক VIDEO

asomiyapratidin
  • পুৱাই ৰূপহীহাটত সংঘটিত হয় কৰুণ ঘটনা।
  • পুখুৰীত মাছ মাৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৭জনৰ।
  • ৬টা মৃতদেহ ইতিমধ্যে লৈ অনা হৈছে নগাঁৱৰ চিকিৎসালয়লৈ।
  • চিকিৎসালয়ত শোকাকুল পৰিবেশ। চাওঁক ভিডিঅ'-