অসম

ৰূপহীহাটত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • ৰূপহীহাটত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • ৰে'ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো।
  • কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ।
  • স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।