অসম

কিদৰে সংঘটিত হৈছিল ৰূপহীহাটৰ সেই কাণ্ড, এক কৰুণ দৃশ্যৰ VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ ৰূপহীহাটত পুৱাই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। পুখুৰীত মাছ মাৰিবলৈ নামিছিল ১২জন লোক। পুুখুৰীটোৰ ওপৰেৰে যোৱা ১১হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰিছিল পুখুৰীৰ পানীত। তাৰ পাছত কি পৰিস্থিতিৰ সৃষ্টি হ'ল চাওঁক ভিডিঅ'-