গায়ক ৰূপম ভূঞা গুৰুতৰ ভাৱে আহত।মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় শিল্পীজন।ৰূপম ভূঞাক হায়াত হস্পিতেলত ভৰ্তি কৰোৱা হৈছে জানিব পৰা গৈছে ।মূখ আৰু মূৰত গুৰুতৰ আঘাত পাইছে শিল্পীজনে।মূৰত কেইবাটাও চিলাই পৰিছে বুলি জানিব পৰা গৈছে ৰূপম ভূঞাৰ।