road accident
road accident road accident
অসম

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • ৰূপহীহাটৰ ঔঅনাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

  • মঙলবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োখন বাহনৰ ছজন লোক।

  • সংকটজনক অৱস্থাত দুজনক নগাঁৱলৈ প্রেৰণ।

  • আন চাৰিজনক ৰূপহী মডেল হাস্পতালত ভৰ্তি।