- তেজপুৰত আৰ পি শৰ্মাই বিজেপিৰ পৰা টিকট নোপোৱাটো নিশ্চিত।
- ১০টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত।
- বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী তালিকা।
- ৪ সমষ্টিত মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ।
- ১৬ মাৰ্চত ঘোষিত হ'ব প্ৰাৰ্থীৰ নাম।
- সংবাদমাধ্যমক জনালে সভাপতি ৰঞ্জিত দাসে।
- এই পেনেল তালিকাৰ তেজপুৰত আছে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নাম।
- টিকট নাপালে দল এৰা কথা কৈছিল সাংসদ আৰ পি শৰ্মাই।
- পোনপ্ৰথমবাৰৰ বাবে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ জনাইছিল এই কথা।