- ৰৌতাত দলং তলত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ
- ৰৌতা-ওদালগুৰি পথৰ ২নম্বৰ দলং, পুৰণি হস্পিতালৰ ওচৰত থকা দলঙৰ তলত উদ্ধাৰ মৃতদেহটো
- মৃতদেহটো বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই
- সন্দেহ কৰা অনুসৰি দুই তিনিদিন পূৰ্ৱে মৃত্যু হৈছে লোকজনৰ
- ৰৌতা আৰক্ষী থানাই মৃতদেহটো উদ্ধাৰৰ যো জা চলাই আছে
- হত্যাকাণ্ড নে কি এতিয়াও স্পষ্ট হোৱা নাই
- মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হব মৃতদেহটো
সমগ্ৰ ৰৌতা অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে