অসম

কাছাৰত গ্রেপ্তাৰ এজন ৰোহিংগীয়া যুৱক

Asomiya Pratidin

কাছাৰৰ কালাইনত গ্রেপ্তাৰ এজন ৰোহিংগীয়া যুৱক।

কাছাৰ হৈ বাংলাদেশলৈ যোৱাৰ চেষ্টা চলাইছিল যুৱকজনে।

শুকুৰবাৰে গ্ৰেপ্তাৰ হয় যুৱকজন।

ধৃত ৰোহিংগীয়া যুৱকজনৰ নাম ইছমাইল খান।

উত্তৰ প্রদেশৰ পৰা কাছাৰত উপস্থিত হৈছিল যুৱকজন।