- কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰা নাই ৰকিবুল হুছেইনে।
- বিধায়কগৰাকীয়ে নিজেই স্পষ্টিকৰণ দিলে এই বিষয়ত।
- আনহাতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই জাৰি কৰিছে এক কাৰণ দৰ্শোৱাৰ জাননী।
- কংগ্ৰেছৰ ছীফ হুইপ ৱাজেদ আলী চৌধুৰীলৈ কাৰ্ণ দৰ্শোৱাৰ জাননী।
- ৰকিবুল হুছেইন সন্দৰ্ভত মন্তব্য দিছিল ৱাজেদ আলীয়ে।
- দলৰ আভ্যন্তৰীণ বিষয়ত কথা কোৱাৰ অধিকাৰ সকলোৰে নাই বুলি মন্তব্য ভূপেন বৰাৰ।