বাইহাটা চাৰিআলিত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ২ লাখ...
বাইহাটা চাৰিআলিত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ২ লাখ... 
অসম

বাইহাটা চাৰিআলিত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ২ লাখ...

Asomiya Pratidin

ডিজিটেল সংবাদ দুমুনিচকী: বাইহাটা চাৰিআলিত আজি দিন দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চাৰিচকীয়া বিলাসী বাহনৰ খিৰিকীৰ গ্লাছ ভাঙি নগদ দুই লাখ টকা লৈ উধাও হ'ল দুৰ্বৃত্ত।

আজি দিনৰ প্ৰায় ১ বজাত সংঘটিত হোৱা উক্ত ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল চি চি টিভি কেমেৰাত। ঘটনাস্থলীত বাইহাটা চাৰিআলি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। অৱশ্যে এতিয়ালৈকে এই ঘটনাৰে জৰিত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।