নুমলীগড়ৰত পথ দুৰ্ঘটনা : এজনৰ মৃত্যু
নুমলীগড়ৰত পথ দুৰ্ঘটনা : এজনৰ মৃত্যু 
অসম

নুমলীগড়ৰত পথ দুৰ্ঘটনা : এজনৰ মৃত্যু

Asomiya Pratidin
  • নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।

  • অচিনাক্ত বাহনৰ খুন্দাত এজনৰ মৃত্যু ।

  • মৃত লোকজন নুমলীগড় চাহ বাগিচাৰ মিথুন তাঁতী বুলি জানিব পৰা গৈছে।

  • চাইকেলেৰে পথ অতিক্ৰম কৰোঁতেই অচিনাক্ত বাহনে খুন্দিয়াই লোকজনক।