অসম

তেজপুৰত অচিনাক্ত বাহনে মহতিয়াই অটোৰিক্সাক

Asomiya Pratidin
  • তেজপুৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ।

  • তেজপুৰৰ ডিপোটাত অচিনাক্ত বাহনে মহতিয়াই নিয়ে এখন অটোৰিক্সাক ৷

  • ঘটনাস্থলীতে মৃত্যু হয় মানৱ নাথ আৰু সুমন নাথ নামৰ দুই যুৱকৰ ৷

  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কমল নাথ আৰু ৰমেন নাথ নামৰ যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

  • নিহত-আহত চাৰিওজনৰ ঘৰ তেজপুৰৰ নিজ-বিহগুৰিত ৷

  • বিয়াখাই পুৱতি নিশা ঘৰলৈ উভটি যাওঁতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।