অসম

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰাত পথ দুৰ্ঘটনা

Asomiya Pratidin
  • দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰাত পথ দুৰ্ঘটনা

  • বাইক আৰু মাৰুতিৰ মুখামুখি সংঘৰ্ষ

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক

  • আহত গৰৈমাৰীৰ বৰাখাট গাঁৱৰ কেৰামত আলী

  • আহতজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ