অসম

গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ বাহন দুৰ্ঘটনাগ্ৰস্থ

asomiyapratidin
  • গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ বাহন দুৰ্ঘটনাগ্ৰস্থ।
  • গোৱালপাৰাত দৰংগীৰিত দুৰ্ঘটনাত পতিত হয় বিধায়ক গৰাকীৰ বাহনৰ লগতে নিৰাপত্তাৰক্ষীৰ বাহনো।
  • দুয়োখন বাহন কিছু পৰিমাণে ক্ষতিগ্ৰস্থ।
  • বাহন দুখনৰ সন্মুখত অকস্মাত দুখন বাইক অহাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা।
  • কোনো লোক হতাহত হোৱা নাই দুৰ্ঘটনাটোত।
  • গোলকগঞ্জৰ পৰা গুৱাহাটী অভিমূখে গৈ আছিল বিধায়কগৰাকী।