গোসাইগাঁৱৰ ৩১ নম্বৰ ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা। পথ পাৰ হ'বলৈ লওতেই ট্রাকে মহটিয়ালে বাইক আৰোহীক।নিহত বাইক আৰোহী জন কাজিগাঁৱৰ দুদুমাৰিৰ নিবাসী কমলাল ব্রহ্ম।দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ UP-21-CN-6786 । আৰক্ষীয়ে জব্দ কৰিছে ট্রাকখন।