দেৰগাঁও দাধৰাই ৩৭নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।ট্রাকৰ খুন্দাত নিহত এজন পথচাৰী।বৰ্তমানলৈ নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।ঘটনা সংঘটিত কৰা ট্রাকসহ চালকক আটক কৰিছে আৰক্ষীয়ে।দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখনৰ নম্বৰ AS 03 BC 0837।