যোগীঘোপাত ভয়ংকৰ পথ দুৰ্ঘটনা।নৰনাৰায়ণ সেতুত এই দুৰ্ঘটনা।চেলফি উঠি থকাৰ সময়তে ঘটিল এই অঘটন।ট্রাকৰ খুন্দাত আহত ৫ গৰাকী।আহতসকলৰ মাজত আছে শিশু আৰু মহিলা। আহতসকলৰ মাজত কেইবাজনৰো অৱস্থা গুৰুতৰ। সকলোকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ।