- ৰাজ্যসভাত নগাঁও আৰু কাছাৰ কাগজ কলক লৈ সৰৱ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা ।
- ৰাজ্যসভাত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক সমালোচনা কৰে সাংসদ জনে ।
- শীঘ্রে চৰকাৰক কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ দাবী জনাই সাংসদ জনে ।
- আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগানৰ সময়তে কাগজ কল বন্ধ কৰিছে বুলি মন্তব্য ৰিপুন বৰাৰ ।
- নিজৰ কাগজ কল দুটা বন্ধ কৰি চীনৰ পৰা কাগজ আমদানি কৰিছো বুলি ব্যক্ত কৰে সাংসদ জনে ।