অসম

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৰীমা দাস….

asomiyapratidin
  • পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা ৰীমা দাস।
  • ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত 'Someone to Watch' পুৰস্কাৰ লাভ কৰিলে ছবি নিৰ্মাতা ৰীমা দাসে।
  • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা ভাৰতীয় ছবি নিৰ্মাতালৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ।
  • ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ব ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ' আৰু 'বুলবুল কেন ছিং' ছবি দুখন।