অসম

বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ…

asomiyapratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা :কোৰোনাৰ ভয়াবহতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ আপোন বিদ্যালয়খনৰ পৰা দূৰ কৰিছিল। কোৰোনাৰ সংক্ৰমণ ৰোধ কৰা বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল লকডাউন । যাৰ ফলত বন্ধ কৰিছিল বিদ্যালয়ৰ সমূহ।

যোৱা ১৫ মাৰ্চৰে পৰা কোভিড-১৯ৰ সংক্ৰমণৰ বাবে ৰাজ্যত বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। সোমবাৰে খোলাৰ বাবে ছাত্ৰ ছাত্ৰীৰ আনন্দ উল্লাস পৰিলক্ষিত হৈছে। বটদ্ৰৱাটো মুখত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ। শিক্ষক সকলেওঁ চৰকাৰী নিৰ্দেশনা পালন কৰি বিদ্যালয়লৈ আহি আৰম্ভ কৰিছে পাঠদান