আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা নকৰে বিজেপি দলে।এই ঘোষণা কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰাঞ্জিত দাসে।অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি।অগপৰে মিত্ৰতা নকৰাৰ কথা ইতিমধ্যে জনাইছে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক।