অসম

শনিবাৰে পুনৰবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে

asomiyapratidin
  • পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত ৰঞ্জিত দাস।
  • শনিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিব ৰঞ্জিত দাসে।
  • শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিব ৰঞ্জিত দাসে।
  • উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে তেওঁৰ কাৰ্যকাল শেষ হৈছিল।
  • তাৰ পিছতে পুনৰবাৰ ৰাজ্যিক বিজেপিৰ দায়িত্ব দিয়া হৈছে ৰঞ্জিত দাসক।