অসম

ৰঞ্জন গগৈক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশৰ পৰৱৰ্তী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিলে ৰঞ্জন গগৈক।

৩ অক্টোবৰ, ২০১৮ত অৱসৰ ল'ব বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই। তাৰপাছতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব অসম সন্তান ৰঞ্জন গগৈয়ে। ২০১৯চনৰ নবেম্বৰলৈকে এই পদক থাকিব ৰঞ্জন গগৈ।