অসম

কামাখ্যাত পূজা-অৰ্চনা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

asomiyapratidin
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আহি উপস্থিত গুৱাহাটীৰ মা কামাখ্যা ধামত।
  • এঘণ্টা সময় পূজা আগবঢ়াব মুখ্য ন্যায়াধীশগৰাকীয়ে।
  • মাত্ৰ ৩ ঘণ্টা অসমত থাকি উভতি যাব নতুন দিল্লীলৈ।
  • কামাখ্যাত অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা।