অসম প্ৰদেশ কংগ্ৰেছৰ পৰা ৰঞ্জন বৰাৰ পদত্যাগ ।প্ৰদেশ কংগ্ৰেছৰ সাধৰণ সম্পাদক (সংগঠন )ৰ দায়িত্বত আছিল ৰঞ্জন বৰা । ক'ৰ কমিটিৰ আহ্বায়কৰ দায়িত্বতো আছিল বৰা । বুধবাৰে সভাপতি ৰিপুন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বৰাই ।